সমললৈ যাওক

পৰ্তুগীজ ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia পৰ্তুগীজ ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in পৰ্তুগীজ
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL pt.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

পৰ্তুগীজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পৰ্তুগীজ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 11,35,031 প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত পৰ্তুগীজ ৱিকিপিডিয়াৰ ১১,৩৫,০৩১টা প্ৰবন্ধ, ৩১,৩৫,০০০ গৰাকী সম্পাদক, ৫১ গৰাকী প্ৰশাসক আৰু ৬৩,৫৯৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৮৬,৩৪,৩৭৮।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

পৰ্তুগীজ ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]