পিয়াঁজ
অৱয়ব
Onion | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Allium |
প্ৰজাতি: | A. cepa |
দ্বৈৰাশিক নামকৰণ | |
Allium cepa L. | |
সমাৰ্থক[1][2][3] | |
|
পিয়াঁজ (ইংৰাজী: Onion ) বৈজ্ঞানিক নাম - Alliun cepa ৷ পিয়াঁজ ভোগ বৃদ্ধিকাৰ্যত,শক্তিবৰ্ধক আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷[4]
প্ৰকাৰ
[সম্পাদনা কৰক]পিয়াঁজ সাধাৰণতে তিনিটা ৰঙৰ পোৱা যায়৷ বগা,ৰঙচুৱা আৰু শেঁতা বৰণৰ৷ ৰঙচুৱা বৰণৰ পিয়াঁজ অতি বেছিকৈ হয় যদিও বগা ৰঙৰ পিয়াঁজৰ ঔষধি গুণ বেছি৷[4]
ৰাসায়নিক গুণ
[সম্পাদনা কৰক]খাদ্যপ্ৰাণ | পৰিমাণ |
---|---|
প্ৰ'টিন | ১.২ -১.৪ গ্ৰাম |
ফেট | ০.১ গ্ৰাম |
মিনাৰেল | ০,৪ - ০.৭ গ্ৰাম |
পানী | ৪৮ গ্ৰাম |
আইৰণ | ০৪৮ -১.২ মিলিগ্ৰাম |
কেলচিয়াম | ০০৪ - ০.১৮ গ্ৰাম |
কাৰ্বহাইড্ৰেট | ১১.৬ - ১৩.২ গ্ৰাম |
ভিটামিন 'বি' | ৪০ মাইক্ৰন |
ভিটামিন 'চি' | ১১.০০ মিলিগ্ৰাম |
ঔষধি গুণ
[সম্পাদনা কৰক]- এজমা ৰোগত - পিয়াঁজৰ ৰস হালধিৰ লগত নিমখ আৰু জালুকৰ সৈতে নতুবা পিয়াঁজৰ লগত মৌ ৰস মিহলাই খালে ডিঙিৰ টনছিলাইটিছ আৰু বুকুৰ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বাবে উত্তম ফলদায়ক৷
ঘৰুৱাভাৱে ব্যৱহাৰ
[সম্পাদনা কৰক]- জ্বলি থকা বাল্ব ওচৰত পিয়াঁজৰ টুকুৰা কাটি ওলোমাই ৰাখিলে ম'হ -মাখি আদিয়ে প্ৰবেশ নকৰে৷
- নতুনকৈ ৰং দিয়া কোঠাত পিয়াঁজৰ টুকুৰা কাটি থলে ৰঙৰ অকটা গোন্ধ নোহোৱা হয়৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Plant List, Allium cepa". Archived from the original on 2013-03-11. https://web.archive.org/web/20130311233520/http://www.theplantlist.org/tpl/record/kew-295261। আহৰণ কৰা হৈছে: 2014-02-24.
- ↑ "Allium cepa: Garden onion". The PLANTS Database. USDA: NRCS. 2013. http://plants.usda.gov/java/profile?symbol=alce। আহৰণ কৰা হৈছে: 2013-03-31.
- ↑ "Allium cepa L.". ITIS. 2013-03-08. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=42720। আহৰণ কৰা হৈছে: 2013-04-01.
- ↑ 4.0 4.1 4.2 ভবেন হাজৰিকা (২৩ ফেব্ৰুৱাৰী ২০১৪). "পিয়াঁজ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ( বসুন্ধৰা ): পৃষ্ঠা ৫.